About Us
Geeassam অসমীয়া ৱেবছাইট য’ত আপোনাৰ বাবে থাকিব সকলো খবৰৰ লগতে মনোৰঞ্জনৰ সমাহাৰ। Geeassam–ৰ বিনম্ৰ প্ৰয়াস অসমীয়া ভাষাত, আপোনাৰ বাবে এনেকুৱা অৱদান আগবঢ়োৱাৰ যি আপোনাক জীৱনত আগুৱাই লৈ যাবলৈ সহায়ক হ’ব আৰু হৈ পৰিব আপোনাৰ কণ্ঠ তুলি ধৰিব পৰা এখন মঞ্চ। আপুনি ইয়াত পাব শেহতীয়া খবৰৰ পৰা চাকৰি, শিক্ষা আৰু নতুন ভাৰতৰ পৰিৱৰ্তিত অৰ্থনৈতিক ছবিৰ সময়োপযোগী চৰ্চা। মুঠ ৰ ওপৰত আমি লৈ আহিছো ইণ্টাৰনেটত আপোনাৰ বাবে এনেকুৱা এখন পৃথিৱী, যিয়ে আপোনাৰ জীৱন উদ্যমেৰে ভৰাই তুলিব ।
No comments