ফোনৰ পাছৱৰ্ড বা পেটার্ন পাহৰিলে এইকেইটা কাম কৰিব
স্মার্টফোনৰ স্ক্রীণ লক কৰি ৰখাটো অত্যন্ত জৰুৰী। কিয়নাে সকলােৰে ফোনত গুৰুত্বপূর্ণ তথ্য থাকে। সেই তথ্য যাতে আনে পাব নােৱাৰে
তাৰ বাবেই স্ক্রীণ লক কৰাটো জৰুৰী। ফোনটোৰ স্ক্রীণ লক কৰিবলৈ বহুতে পাছৱৰ্ড ব্যবহাৰ কৰে। 'আন বন্ধুতে পেটার্ন ব্যৱহাৰ কৰি নিজৰ ফোনটো
লক কৰি ৰাখে। পাছৱৰ্ড বা পেটার্ন কিবা কাৰণত পাহৰিলে ফোনৰ গৰাকীজন সমস্যাত পৰে। এনে
অৱস্থাত ল'ক খুলিবলৈ ফোনটো ছাৰ্ভিচ চেণ্টাৰলৈ নিয়ে। কিন্তু ছাৰ্ভিচ চেণ্টাৰলৈ নােযােৱাকৈও আপুনি ঘৰতেই ফোনটোত নতুনকৈ পেটার্ন বা পাছৱৰ্ড ছেটিং কৰিব পাৰিব। ইয়াৰ বাৰে তলত উল্লেখ কৰা কামসমূহ অনুসৰি কৰিব লাগিব

(১) যিটো ফোনৰ পেটার্ণ লক বা পাছৱৰ্ড পাহৰিছে সেই ফোনটোৰ সুইট্্ছ অফ কৰক।
(২) কমেও এক মিনিট সময় অপেক্ষা কৰক।
(৩) পাবাৰ বুটাম আৰু ডাউন ভলিউম কী একেলগে হেঁচি ধৰক। যেতিয়ালৈকে ফোনটোৰ স্ক্রীণত একো উল্লেখ নহয় তেতিয়ালৈকে ডাউন ভলিউম কী আৰু পাৱাৰ বুটাম হেঁচি থাকক।
৪) যদি স্ক্রীণত কোনাে লিখনি ভাহি উঠে তেনেহ'লে বুজিব যে ফোনটো ৰিভাৰী মুডলৈ আহিছে।এইবাৰ ফেৰী বি-ছেট বুটামত ক্লিক কৰক।
(৬) দেখিব, স্ক্রীণৰ ওপৰত Wipe Cache অপছন ওলাব। তাতে ক্লিক কৰাৰ উপৰি ডাটা ক্লীন কৰিব লাগিব।
৭) এইবাৰ ফোনটো পুনৰ বন্ধ কৰি আকৌ অন কৰক। দেখিব পাছৱৰ্ড বা পেটান অবিহনেই আপুনি ফোনটো ব্যৱহাৰ কৰিব পৰা হৈছে।
Post a Comment