আজিৰ ৰাশিফল ১২ আঘােণ, সােমবাৰ।। ২৯ নৱেম্বৰ
আজিৰ ৰাশিফল ১২ আঘােণ, সােমবাৰ।। ২৯ নৱেম্বৰ
মেষঃ কর্তব্যৰ প্রতি নিষ্ঠা নাথাকিব। ৰাজনীতিকৰ মানহানি। শুভ ৰং মাখন। দেহৰ যত্ন ৰাখক। শাৰীৰিক দুর্বলতা থাকিব। মাতৃৰ শুভ। খং কমাওক। শুভ সংখ্যা দুই।
বৃষ : মানসিক উৎকর্ষ সাধন। আপােনাৰ সৰলতাৰ সুযােগ আনে ল'ব পাৰে। শুভ ৰং বগা। ধৈৰ্যৰ প্ৰয়ােজন হ'ব। ক্রীড়া, অভিনয়ত দক্ষতা। ভ্রমণ। শুভ সংখ্যা পাঁচ।
মিথুন : কর্তব্যৰ প্রতি দায়বদ্ধতা থাকিব। খােৱা-বােৱাত মন বান্ধক। শুভ ৰং মুগা। আনে আমনি কৰিব পাৰে। ঔষধৰ ব্যৱসায়ত উন্নতি। খং কমিব। শুভ সংখ্যা ছয়।
কর্কটঃ ভাবি-চিন্তি কামত আগবঢ়াক। আপােনাৰ সততাক আনে দুর্বলতা গণ্য কৰিব। শুভ ৰং সােণালী। অর্থ নাশ। মাতৃৰ দেহ বল। প্রেমত কষ্ট। শুভ। আঠ।
সিংহঃ আনক সহায় কৰাৰ মনােভাব। প্ৰৱঞ্চকৰপৰা সাৱধান।শুভ ৰং মাখন। ৰাজনীতিত অগ্রগতি। সৌভাগ্যৰ সংযােগ। মাতৃৰ শুভ। শত্রু নাশ। শুভ সংখ্যা পাঁচ।
কন্যা ঃঅসম্পূর্ণ কাম সম্পূর্ণ কৰিব পাৰিব। হতাশা আঁতৰিব। শুভ ৰং ৰূপালী। নিজৰ দোষত ৰাজনীতিকৰ মানহানি। মাতৃৰ দেহ দুর্বল। শত্রু বৃদ্ধি। শুভ সংখ্যা ছয়।
তুলা : কর্তব্যৰ প্রতি নিষ্ঠা, দায়বদ্ধতা থাকিব। সংগীত, নাটক,ক্রীড়াত ব্যুৎপত্তি। শুভ ৰং বগা। ঔষধ, পাচলিৰ ব্যৱসায়ত প্ৰচুৰ লাভ। খং কমিব। ভ্রমণ। শুভ সংখ্যা দুই।
বৃশ্চিক :সকলাে চেষ্টাই ভাবি-গুণী কৰা ভাল। বিদ্যাত আনন্দ।শুভ ৰং মাখন। অদৰকাৰী কথাত মূৰ নঘমাব। গােপন শত্ৰ মূৰ দাঙি উঠিব। ব্যয়। শুভ সংখ্যা আঠ।
ধনু ঃমনােবলে সফলতা আনিব। কর্মসংযােগ লাভ। শুভ ৰং মুগা। ব্যৱসায়ত মন বান্ধক। একাদশত শনি-মংগল, দশমত বি-শুক্র সেয়ে সুফল পাব। শুভ সংখ্যা হয়।
মকৰঃ শাৰীৰিক-মানসিক শক্তি বৃদ্ধি পাব। এলার্জী দূৰ হ'ব।শুভ ৰং সােণালী। দুষ্ট লােকে বিপথে নিব পাৰে। পদোন্নতিৰ যােগ। বিপদ দূৰ হ'ব। শুভ সংখ্যা আঠ।
কুম্ভ :কর্মত উন্নত সংযােগ। আনৰ সমালােচনালৈ কর্ণপাত নকৰিব। শুভ ৰং মুগা। পশুধনত গুৰুত্ব দিয়ক। স্নায়ৱিক দুর্বলতা বৃদ্ধি। খং কমাওক। ভ্রমণ। শুভ সংখ্যা ছয়।
মীনঃ কত গধুৰ দায়িত্ব। নিষ্ঠা, সততা বৃদ্ধি পাব। শুভ ৰং বগা।শিৱ মন্দিৰ দৰ্শন কৰক। আৱেগ বর্জন কৰক। বিৰক্তি ভাব এৰাই চলক। ব্যয়। শুভ সংখ্যা পাঁচ।
Post a Comment