আজিৰ ৰাশিফল ১১ আঘােণ, দেওবাৰ; ২৮ নৱেম্বৰ
আজিৰ ৰাশিফল ১১ আঘােণ, দেওবাৰ; ২৮ নৱেম্বৰ
মেষ ঃআমােদ প্রমােদৰ মাজেৰে দিনটো পাৰ হ'ব। কর্মত আশানুৰূপ সংযােগ। শুভ ৰং ৰঙা। ৰাজনীতিকৰ পৰকীয়া প্রেম বৃদ্ধি। খাদ্য লালসা বৃদ্ধি। সম্পদ লাভ। শুভ সংখা আঠ।
বৃষ :- সঞ্চয়ৰ বিপৰীতে খৰচ বৃদ্ধি পাব। প্রেমত মান-অভিমান এৰক। শুভ ৰং কমলা। জ্ঞানী লােকৰ সান্নিধ্য পাব। সাহিত্যিক ফল বৃদ্ধি। শৰীৰ উন্নত। শুভ সংখা ছয়।
মিথুন :- পাৰিবাৰিক সমস্যা উদ্ভিৱ হ'ব হ'ব পাৰে। জটিল ৰােগত আক্রান্ত হ'ব পাৰে। শুভ ৰং গােলাপী। মূল্যবান সম্পদ লাভ। জমা ধন খৰচ। ভ্ৰমণত কষ্ট। শুভ সংখা দুই।
কর্কট :- আমােদ প্রমােদত ব্যস্ত। আনৰ চলাহী কথাত ভােল নাযাব। শুভ ৰং ৰঙা। দূৰ ভ্ৰমণত সুযােগ পাব। লেখক লেখিকাৰ সুখ্যাতি। ৰােগ কমিব। শুভ সংখা পাঁচ।
সিংহঃ কর্মত আশানুৰূপ সংযােগ। সন্তানৰ কু-কর্মই কষ্ট দিব।শুভ ৰং মাখন। বিবাহৰ সু-সংযােগ। মাতৃৰ বাবে শুভ দিন।আর্থিক উন্নতি। শুভ সংখ্যা চাৰি।
"
কন্যাঃ কাম-কাজৰ ব্যস্ততাই উদ্বেগ সৃষ্টি কৰিব পাৰে। বিবাহৰ যােগাযােগত সুফল। শুভ ৰং আকাশী নীলা। ৰক্তচাপত ভুগিব। পাৰে। জমা ধন খৰচ। ভ্ৰমণত কষ্ট। শুভ সংখা দুই।
তুলা ঃকাম-কাজৰ ক্ষেত্ৰত অসুবিধা নাপায়। মানসিক তৃপ্তি।শুভ ৰং কমলা। দূৰ ভ্ৰমণত সতর্ক থাকক। বৃক্ক ৰােগত ভুগিব পাৰে। অর্থ লাভৰ যােগ। শুভ সংখ্যা ছয়।
বিশ্ছিক :মনােবল অটুট থাকিব। ভাতৃৰ উন্নতি। শুভ ৰং। দূৰৈৰ আলহীৰ আগমন। সামাজিক প্রতিষ্ঠা লাভ।ব্যৱসায়ত উন্নতি। ৰােগ বৃদ্ধি। শুভ সংখা পাঁচ।
ধনুঃ দিনটো আশাব্যঞ্জক। ব্যস্ততাই উপকৃত কৰিব। শুভ ৰং আকাশী নীলা। খঙেৰে সমস্যা সমাধান নহ'ব। ৰক্তচাপ বৃদ্ধি পাব পাৰে। ভ্রমণ। শুভ সংখা দুই।
মকৰঃ নিজ প্রাপ্যৰপৰা বঞ্চিত হ'ব পাৰে। ব্যস্ততা বৃদ্ধি। শুভ |ৰং গােলাপী। সৎ পাত্ৰত সােণ দান কৰক। বস্ত্র লাভ। মানসিক অশান্তি দূৰ হ'ব। শুভ সংখা চাৰি।
কুম্ভ :- আত্মসন্তুষ্টি মজুত নাথাকিব পাৰে। অত্যধিক খৰচ। শুভ ৰং কমলা। শাৰীৰিক কষ্ট বৃদ্ধি। বিবাহৰ সংযােগ। সততা ৰক্ষা পৰিব। শুভ সংখ্যা আঠ।
মীন :-বিভিন্ন সমস্যা থাকিব। মনােবল অটুট ৰাখক। শুভ ৰং আকাশী নীলা। কাৰৰ লগত কাজিয়া নকৰিব। দূৰৈৰ আলহীৰ আগমন। ভ্রমণ। শুভ সংখা ছয়।
Post a Comment