আজিৰ ৰাশিফল ১০ আঘােণ, শনিবাৰ; ২৭ নৱেম্বৰ
আজিৰ ৰাশিফল ১০ আঘােণ, শনিবাৰ; ২৭ নৱেম্বৰ
মেষ ঃসৎ সাহসে সফলতা আনিব। ক্ষমতাৰ প্রতি লালায়িত নােহােৱাই ভাল। শুভ ৰং মুগা। উত্তৰে ভ্ৰমণত লাভ। খং কমিব।দাম্পত্যত বুজাবুজি ৰাখক। শুভ সংখ্যা ছয়।
বৃষ :- আত্মশক্তি বৃদ্ধি পাব। অনাহকত আনৰ বদনাম নকৰিব। শুভ ৰং মাখন। শনি মন্দিৰ দৰ্শন কৰক। যােগাযােগত উন্নতি। বন্ধুৰ আগমন। শুভ সংখ্যা চাৰি।
মিথুন :- সামাজিক, ধর্মীয় দিশত তৎপৰ। দুর্ঘটনাৰ আশংকা। শুভ ৰং ৰূপালী। কাকো প্রতিশ্রুতি নিদিব। আয়-ব্যয় সমতা ৰক্ষা কৰক।শত্রু নাশ । শুভ সংখ্যা পাঁচ।
কর্কট :- বিচাৰ বুদ্ধি উন্নত। কাঠ, বালি, চিমেন্ট, লােহা ব্যৱসায়ত প্ৰচুৰ উন্নতি। শুভ ৰং মুগা। প্রতিভা বিকাশৰ যােগ। গুৰুপাকী খাদ্য সদায় বর্জন কৰক। শুভ সংখ্যা আঠ।
সিংহঃ বন্ধুৰ সংগত সুখ। স্নায়ু, ৰক্তচাপ বৃদ্ধি, বদহজম আদিত ভুগিব পাৰে। শুভ ৰং আকাশী নীলা। সৎ চিন্তাত ব্ৰতী থাকক। প্রেম বিবাহৰ যােগ। ভ্রমণ। শুভ সংখ্যা ছয়।
কন্যা ঃকৰ্মতদূৰদৰ্শিতা প্রকাশ পাব। পুৰণি ৰােগে কষ্ট দিব পাৰে।শুভ ৰং মুগা। হতাশা আঁতৰিব। প্রতিভা বিকাশৰ সুযােগ পাব। প্রেমত আশাপ্রদ। শুভ সংখ্যা পাঁচ।
তুলা :-আনৰ বাবে সময় নষ্ট হ'ব। সংঘাত আঁতৰিব। শুভ ৰং আকাশীনীলা। মদ, ভাং, ড্ৰাগছনাখাব। ৰক্তচাপ বৃদ্ধি। আনৰ অন্যায় নকৰিব। ভ্রমণ। শুভ সংখ্যা দুই।
বৃশ্চিক:- কর্মক্ষমতা উন্নত। প্রসাধন সামগ্রীব্যৱসায়ত লাভৱান হ'ব।শুভ ৰং মাখন। আনে অপযশ দিব পাৰে। জিৰণিৰ প্রয়ােজন হ’ব।ভ্ৰমণত কষ্ট। শুভ সংখ্যা পাঁচ।
ধনু ঃআত্মবিশ্বাসক সাৰথি কৰি লওক। কলা কৃষ্টি, সাহিত্যৰ দিশত সুখ্যাতি বৃদ্ধি। শুভ ৰং ৰূপালী। শনি মন্দিৰ দৰ্শন কৰক। আঁহত গছ ৰােৱক। ভ্রমণ। শুভ সংখ্যা ছয়।
মকৰ :-আত্মবিশ্বাস বাঢ়িব। কোনাে আত্মীয়ৰ শাৰীৰিক অথন্তৰ ঘটিব। শুভ ৰং মুগা। ধান, চাউল, বস্ত্র ব্যৱসায়ত লাভ বৃদ্ধি পাব। প্রতিভা বিকাশ। ভ্রমণ। শুভ সংখ্যা দুই।
কুম্ভ: হতাশা, উৎকণ্ঠা কমিব। এচিদ, আগ্নেয়াস্ত্ৰৰপৰা ক্ষতি যােগ। শুভ ৰং মুগা। উগ্র সাহসে ক্ষতি কৰিব। অপাত্ৰত দান নকৰিব। ব্যয় বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা চাৰি।
মীন ঃহুমূৰ চিন্তা বাদ দিয়ক। পদ যাত্ৰাত অংশ গ্রহণ নকৰিব। শুভ ৰং সােণালী। হঠাৎ মানসিক ৰােগ হ'ব পাৰে। জিৰণিৰ প্রয়ােজন হ'ব। ভ্রমণ। শুভ সংখ্যা দুই।
Post a Comment