আজিৰ ৰাশিফল ৯ আঘােণ, শুকুৰবাৰ।। ২৬ নৱেম্বৰ
আজিৰ ৰাশিফল ৯ আঘােণ, শুকুৰবাৰ।। ২৬ নৱেম্বৰ
মেষ 🔸সামাজিক চিন্তাই উপকৃত কৰিব। যিকোনাে কথাতে ধৈর্য প্রয়ােজন হ’ব। শুভ ৰং ৰঙা। ভাতৃৰ উন্নতি। প্রসাধন সামগ্রী, বস্ত্র ব্যৱসায়ত উন্নতি। ভ্রমণ। শুভ সংখ্যা দুই।
বৃষ 🔸কৌশলেৰে সমস্যা সমাধান। যােগাযােগত সুফল পাব।শুভ ৰং কমলা। উগ্র সাহস প্রদর্শন নকৰিব। বন্য জন্তুৰপৰা ভয়।খাদ্যত বিসংগতি। শুভ সংখ্যা ছয়।
মিথুন 🔸অসাধ্য সাধন কৰিব পাৰিব। গৱেষকে মূল্যবান নথি লাভ কৰিব। শুভ ৰং গােলাপী। মাতৃৰ শুভ। পদোন্নতি যােগ। বিবাহৰ সংযােগ। শুভ সংখ্যা চাৰি।
কর্কট🔸কর্মক্ষেত্ৰত উদ্যম থাকিব। পদমর্যাদা ৰক্ষা পৰিব। শুভ ৰং সােণালী। চিকিৎসক, বিজ্ঞানী, সাংবাদিকৰ সুখ্যাতি। সম্পদ লাভ। বিয়াৰ বােগ। শুভ সংখ্যা দুই।
সিংহ🔸 সামাজিক দিশত তৎপৰতা বৃদ্ধি। ধন-সম্পদ লাভ। শুভ ৰং গােলাপী। আনক আপদ বুলি গণ্য নকৰিব। সততা ৰক্ষা পৰিব। অগ্নি ভয়। শুভ সংখ্যা পাঁচ।
কন্যা ঃহুমূৰ চিন্তা বাদ দিয়ক। গৱেষকৰ সুখ্যাতি। শুভ ৰং আকাশী নীলা। সৎ পাত্ৰত ভােজনী, বস্ত্র দান কৰক। খং কমাওক। ৰােগ কমিব। ভ্রমণ। শুভ সংখ্যা আঠ।
তুলা 🔸 কর্মদক্ষতা, ক্ষমতা উন্নত। আর্থিক দিশত টনাটনি থাকিব।শুভ ৰং মুগা। প্রতিভা বিকাশৰ লগতে জ্ঞান অর্জন। সংযম ৰক্ষা কৰক। ভ্রমণ। শুভ সংখ্যা ছয়।
বৃশ্চিক 🔸 আনৰ ঈর্ষাৰ পাত্ৰ হ'ব। নিজৰ বিচাৰ বুদ্ধিক গুৰুত্ব দিয়ক। শুভ ৰং কমলা। ৰন্ধন সামগ্রী, লােহা-ষ্টিলৰ ব্যৱসায়ত উন্নতি। পদোন্নতি। শত্রুনাশ। শুভ সংখ্যা আঠ।
ধনুঃ নিজ শক্তিৰ পৰিচয় পাব। যিকোনাে ৰত্ন ধাৰণ নকৰিব। শুভ ৰং মাখন। মেকুৰী, কুকুৰে আঙুৰিব পাৰে। কাকো প্রতিশ্রুতি নিদিব। শক্র কমিব। শুভ সংখ্যা দুই।
মকৰ🔸 কৰ্মত উৎসাহ থাকিব। অনাহকত আনৰ বদনাম নকৰিব।শুভ ৰং মুগা। প্রতিযােগিতাত জয়লাভ। ক্রীড়াত দক্ষতা বৃদ্ধি।পদোন্নতি যােগ। শুভ সংখ্যা চাৰি।
কুম্ভ 🔸গ্ৰহৰ জোৰত মানসিক অৱসাদ কমিব। ক্রীড়া, নৃত্য-গীতত দক্ষতা বৃদ্ধি। শুভ ৰং সােণালী। ক্ষমতা লাভ। খােজ কাঢ়ক। ৰােগৰ উপশম ঘটিব। শুভ সংখ্যা ছয়।
মীন: 🔸আনৰ প্রতি উদাৰতা প্রদর্শন। যিকোনাে ৰত্ন পিন্ধিলে সংঘাত হ'ব। শুভ ৰং বেঙুনীয়া। পুৰণি ৰােগে কষ্ট দিব পাৰে।কম কথা কওক। প্রেমত শংকা। শুভ সংখ্যা আঠ।
সূর্যোদয় ঘঃ ৫-৫৪-৭, সূর্যাস্ত ঘঃ ৪-২৭-৫৯।তিথি—কৃষ্ণা সপ্তমী, দং ৪৬-২৮৪৮ ঘ ১২-২৯-৩৮। নক্ষত্র অশ্লেষা, দং ২৫-১৪-৪৯ ঘঃ৪-০-৫। জন্ম— কৰ্কট ৰাশি, বিপ্লবর্ণ, দেৱাৰিগণ, ৰাহৰ অস্থি, বায়ুযােগ, অ চন্দ্র, বিং বুধৰ দশা, ঘঃ ৪-০-৫ যােৱাত সিংহ ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, বান্দৰ অস্থি, অ মংগল, বিং কেতুৰ দশা, ভক্ষাভক্ষ্য- নিমতিতা আৰু নাৰিকল খােৱা নিষেধ।
(গণনা মতে)
Post a Comment