আজিৰ ৰাশিফল ৮ আঘােণ, বৃহস্পতিবাৰ।। ২৫ নৱেম্বৰ
আজিৰ ৰাশিফল ৮ আঘােণ, বৃহস্পতিবাৰ।। ২৫ নৱেম্বৰ
মেষ 🔸অনীতিক প্রশ্রয় নিদিব। বন্ধু সংখ্যা বৃদ্ধি পাব। শুভ ৰং বগা। বাহিৰৰ পৰিৱেশ অধ্যয়ন কৰক। আশাবাদী মন। শৰীৰ উন্নত। অর্থ নাশ। শুভ সংখ্যা ছয়।
বৃষ 🔸 সৃজনীমূলক কামত উৎসাহ। চুটি ভ্ৰমণৰ যােগ। শুভ ৰং মাখন। আনৰ সমাদৰ পাব। ফাকি নিদিব। লেখক, চিত্রশিল্পীৰ সুখ্যাতি। অর্থ লাভ। শুভ সংখ্যা চাৰি।
মিথুন 🔸 মননশীল কামত সুফল পাব। আইনমতে কৰা কামত উৎসাহ থাকিব। শুভ ৰং ৰূপালী। চকুৰ সমস্যা হ'ব পাৰে। জুইৰ পৰা ভয়। বিদেশ ভ্রমণৰ যােগ। শুভ সংখ্যা আঠ।
কর্কট🔸 মান-মর্যাদা বৃদ্ধি পাব। পৰিকল্পনা কার্যকৰী হ'ব। শুভ ৰং বগা। গুৰুত্বপূর্ণ কাম থাকিলে দিনৰ বাৰ বজাৰ আগেয়ে কৰক। বাদ্যযন্ত্ৰীৰ সুনাম। খং কমিব। শুভ সংখ্যা আঠ।
সিংহ🔸 কর্মত আশানুৰূপ সংযােগ। আনৰ সন্মানত আঘাত নকৰিব। শুভ ৰং মাখন। দাঁত, চকুৰ সমস্যা পাব পাৰে। অযথা ভীতিগ্রস্ত নহ'ব। বাহনত সাৱধান। শুভ সংখ্যা পাঁচ।
কন্যা ঃপৰিৱেশ অধ্যয়ন কৰাৰ সুযােগ পাব। পদোন্নতি যােগ। শুভ ৰং সােণালী। নিৰামিষ খালে সুফল পাব। বিদ্যাত আনন্দ। মাতৃৰ শুভ। ভ্রমণ সফল। শুভ সংখ্যা দুই।
তুলা🔸 কর্মত বলিষ্ঠ সংযােগ। নতুন আশাৰ ৰেঙণি। শুভ ৰং মাখন। বন্যপ্রাণীৰপৰা সতর্ক থাকক। খাদ্য খাওঁতে সাৱধান। বস্ত্র লাভৰ যােগ। ভ্ৰমণত কষ্ট। শুভ সংখ্যা পাঁচ।
বৃশ্চিক 🔸বাদ-প্রতিবাদ এৰাই চলক। দালালৰ সংঘাত অনিবার্য।শুভ ৰং ৰূপালী। হতাশা কমিব। ছলনাময়ী নাৰীৰপৰা সাৱধান।অর্থ লাভ। বিদ্যাত শুভ। শুভ সংখ্যা হয়।
ধনু: 🔸সংঘাত আঁতৰিব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং আকাশী নীলা। মামা-ভাগিনৰ মতভেদ হ'ব পাৰে। চকু, দাঁত,কাণৰ ৰােগ হ’ব পাৰে। খৰচ। শুভ সংখ্যা দুই।
মকৰ🔸 সততা, সৰলতা আনে দুর্বলতা গণ্য কৰিব। অনীতিক প্রশ্রয় নিদিব। শুভ ৰং বগা। জৰুৰীকাম পুৱাবেলা সম্পন্ন কৰক।বিষ্ণু নাম জপ কৰক। বস্ত্র লাভ। শুভ সংখ্যা চাৰি।
কুম্ভ 🔸পৰিকল্পনা, আঁচনি কার্যকৰী হ'ব। সৎ সাহস মজুত থাকিব। শুভ ৰং বগা। বংশ-পৰিয়াল, আত্মীয়-স্বজনৰ সহযােগ নাপাব। অর্থ লাভ। শ্ৰমৰ মর্যাদা পাব। শুভ সংখ্যা ছয়।
মীন🔸সৃজনীমূলক কামত উৎসাহ। হঠাৎ শৰীৰত আঘাত পাব পাৰে। শুভ ৰং মাখন। ৰক্তচাপ বৃদ্ধি। আয়-ব্যয় সমতা ৰক্ষা।পৰিব। বিসম্বাদ নকৰিব। ভ্রমণ। শুভ সংখ্যা চাৰি।
Post a Comment