দাঁতৰ বিষৰ পৰা সহজে পৰিত্ৰাণ পাৱাৰ কেইটামান উপায়-
দাঁতৰ বিষৰ পৰা সহজে পৰিত্ৰাণ পাৱাৰ কেইটামান উপায়-
দাঁতৰ বিষৰ অভিজ্ঞতা নথকা লােক নাই বুলিলেও ভুল কোৱা দাঁতৰ বিষ অত্যন্ত যন্ত্রণাদায়ক। দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ দাত সদায় ভালে ৰখা দৰকাৰ। ইয়াত উল্লেখ কৰা হ'ল দাতৰ বিষৰ পৰা সহজে পৰিত্ৰাণ পাৱাৰ কেইটামান উপায়-
(১) নিমখ পানী : নিমখ মিহলােৱা গৰম পানীয়ে দাঁত,মাৰি আৰু ডিঙিৰ বিষ নিৰাময় কৰাত সহায় কৰে।এগিলাচ গৰম পানীত এচামুচ নিমখ মিহলাই নিয়মিত কুলী কৰিলে দাঁত ভালে থাকে।
(২) নহৰু : দাঁত বিষালে নহৰু থেতলি অকণমান নিমখৰ সৈতে মিহলাই দাঁত লগাই ৰাখক। বিষ বেছি হ'লে নহৰু চোবাই খাওক। দেখিব লাহে লাহে বিষ কমিবলৈ ধৰিছে।
(৩) লং : দাঁতৰ বিষত লং, অতি উপকাৰী। দুটা লং থেতেলি কেইটোপালমান অলিভ অইলৰ সৈতে মিহলাই বিষাই থকা দাতত লগালে বিষ নিৰাময় হয়।
(৪) নিমখ আৰু জালুক: নিমখ আৰু জালুক সম পৰিমাণেৰে মিহলাই পানীৰ সৈতে পেষ্ট তৈয়াৰ কৰি লওক। বিষাই থকা দাত'ত এই পেষ্ট কিছু সময় ৰাখিলে বিষৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।
(৫) পিয়াঁজ :পিয়াঁজৰ এন্টিমেটিক গুণে যিকোনাে আঘাত আৰু বিষ কমােৱাত সহায় কৰে। দাঁত বিষালে এটুকু কটা পিয়াজ চোবাই খাওক। দেখিব লাহে লাহে বিষ কমিচ্ছে।
(৬) আদা : এটুকুৰা আদা বিষাই থকা দাতেৰে চোবাই খালে বিষ নিৰাময় হয়। বিষোৱা দাঁতটোৰে আদা চাবাই খােৱাত অসুবিধা হলে কাষৰ দাঁতেৰে চোবাই আদাৰ ৰস চেপি ৰাখক। কিছু সময় এনেদৰে ৰাখিলে বিষৰ পৰা পৰিত্ৰাণ পাব পৰা যায় ।
(৭) বেকিং ছড়া : এটুকুৰা কপাহ পানীত তিয়াই অকণমান বেকিং দুডা লৈ বিষাই থকা দাঁতিত লগাই ৰাখক। এই উপাৱাৰ বাহিৰেও বেকিং ছড়া গৰম পানীৰ সৈতে মিহলাই কুলী কৰিলেও দাঁতৰ বিষ কমে ।
(৮) দুৱৰিৰ ৰস ঃ দুৱৰি বনৰ ৰসেও দাঁতৰ বিষ নিৰাময় কৰাত সহায় কৰে। দুবৰি বনে দাঁত ভালে ৰাখে।
Post a Comment