আজিৰ ৰাশিফল ৬ কাতি, দেওবাৰ; ২৪ অক্টোবৰ

  



আজিৰ ৰাশিফল ৬ কাতি, দেওবাৰ; ২৪ অক্টোবৰ

মেষ :- কর্মতৎপৰতা বৃদ্ধি পাব। বন্ধুৰ সংগত সুখ। শুভ ৰং ৰঙা। আলহীৰ আগমন। মানসিক ৰােগ আঁতৰিব। সন্তানক লৈ চিন্তা। মাংগলিত তৎপৰত। শুভ সংখ্যা দুই।

বৃষ :- কর্মত অসাধ্য সাধন কৰিব পাৰিব। খােৱা-বােৱাত সচেতন হওক। শুভ ৰং আকাশী নীলা। উগ্র সাহসে বিপদত পেলাব পাৰে। বন্ধুৰ আগমন। শুভ সংখ্যা ছয়।

মিথুন :- বলিষ্ঠ চিন্তাই সার্থকতা আনিব আপােনাৰ উন্নতিত প্রতিৱেশীৰ দৃষ্টি পৰিব। শুভ ৰং কমলা। সভা-সমিতিত যােগদান। খাদ্য লােভ বৃদ্ধি। শুভ সংখ্যা চাৰি।

কর্কট :- সামাজিক স্থিতি উন্নত। কষ্ট বৃদ্ধি। শুভ ৰং ৰঙা। আনৰ আদৰ পাব। ধন-সম্পদ বৃদ্ধি পাব। সৎ চিন্তা বৃদ্ধি। ৰােগৰপৰা সকাহ। শুভ সংখ্যা আঠ।

সিংহ:-  দীর্ঘসূত্রী কাম হাতত নল'ব। শক্তিৰ পৰিচয় দিব পাৰিব। শুভ ৰং মুগা। ৰেল যাত্রা কষ্টকৰ হ’ব। জুইৰপৰা ভয়। ব্যৱসায়ত
মন বান্ধক। শুভ সংখ্যা দুই।

কন্যা :- সামাজিক দিশত তৎপৰতা বৃদ্ধি পাব। দুষ্ট লােকে প্ৰতাৰণা কৰিব পাৰে। শুভ ৰং হালধীয়া। সূর্য পূজা কৰক। পৰিশ্রম বৃদ্ধি পাব। শুভ সংখ্যা চাৰি।

তুলা :- যােগাযােগত সুফল। বিবাহৰ সুসংযােগ। শুভ ৰং ৰঙা। ছিঙা বস্ত্র পৰিধান নকৰিব। হতাশা দূৰ হ’ব। সমস্যা সমাধান। শুভ সংখ্যা আঠ।

বৃশ্চিক :- আনৰ প্রশংসা পাব। শাৰীৰিক পৰিশ্রম বৃদ্ধি পাব। শুভ ৰং কমলা। স্নায়ৱিক দুর্বলতা আঁতৰিব। সততা ৰক্ষা পৰিব। খাদ্যত লােভ। শুভ সংখ্যা পাঁচ।

ধনুঃ আত্ম অভিমান বৃদ্ধি পাব। খং-ৰাগ কমাওক। শুভ ৰং মেৰুণ। ব্যৱসায়ত উন্নতি। মাংগলিক তৎপৰতা বৃদ্ধি। টোপনি ক্ষতি। ভ্রমণ সফল। শুভ সংখ্যা দুই।

মকৰ :-পৰিশ্রম বৃদ্ধি পাব। সৎ চিন্তাত ব্ৰতী থাকি সুখী হ'ব পাৰিব। শুভ ৰং আকাশী নীলা। আনৰ চলাহী কথাত ভােল নাযাব। ভ্রমণ। শুভ সংখ্যা ছয়।

কুম্ভ: সমস্যা সমাধানৰ পথ পাব। সভা-সমিতিত যােগদান। শুভ ৰং ৰঙা। দূৰৈৰ আলহীৰ আগমন। শত্রু পদানত হব। খাদ্যৰ প্রতি লােভ বাঢ়িব। শুভ সংখ্যা চাৰি।

মীনঃ সৎ সাহস বৃদ্ধি পাব। মাংগলিক চিন্তাত ব্ৰতী। শুভ ৰং কমলা। ভৰি, মূৰ আদিত বিষ হ'ব পাৰে। আলহীৰ আগমন। খং কমিব। ভ্রমণ। শুভ সংখ্যা আঠ।

সূর্যোদয় ঘঃ ৫-৩০-২২, সূর্যাস্ত ঘঃ ৪-৪৫-৪১। তিথি- কৃষ্ণা চতুর্দশী, দং ৫২-৪৯-৪৪ ৰাঘঃ ২-৩৮-১৬। নক্ষত্ৰ- ৰােহিণী, দং ৪৪-৪০-১
ৰাঘঃ ১১-২২-২২। জন্ম—বৃষ ৰাশি, শূদ্রবর্ণ, মতান্তৰে বৈশ্যবর্ণ, মনুষ্যগণ, সাপৰ অস্থি, মাহেন্দ্রযােগ, অ ৰবি আৰু বিং চন্দ্ৰৰ দশা, ৰাঘঃ ১১-২২-২২ যােৱাত দেৱগণ, কুকুৰৰ অস্থি, বিং মঙ্গলৰ দশা। ভক্ষাভক্ষ্য—মূলা আৰু বেল খােৱা নিষেধ গণনামতে

No comments