ক'ভিড মুক্ত এটা দ্বীপ ৰ বিষয়ে জানো আহক

 ছেণ্ট হেলেনা দ্বীপ এতিয়াও ক'ভিড মুক্ত


চীনৰ পৰা আৰম্ভ হােৱা কৰনা ভাইৰাছে বিগত প্রায় দুটা বছৰত বিশ্বৰ বিভিন্ন প্রান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি আহিছে!


মাজে মাজে লকডাউন, নিষেধাজ্ঞা, কঠোৰ বিধি আৰু মাজে মাজে সেইবােৰ শিথিল কৰি দি বিভিন্ন দেশে কৰা ৰােধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে।


কিন্তু দক্ষিণ আটলান্টিক মহাসাগৰৰ মাজত থকা ১২০ বর্গ কিলােমিটাৰ‌ ব্যাসার্ধৰ ছেন্ট হেলেনা দ্বীপ এতিয়াও কভিভমুক্ত হৈ আছে। এই দ্বীপটোত বাস কৰা এজনো লোক আক্রান্ত হােৱা নাই। ইয়াৰ বাসিন্দাসকলে মাস্ক পিন্ধিব নালাগে, সামাজিক দূৰত্ব-বিধি মানি চলিব নালাগে। অৱশ্যে বাসিন্দাসকলক সাৱধান হৈ থাকিবলৈ আৰু পৰিষ্কাৰকৈ থাকিবলৈ কোৱা হৈছে। অৱশ্যে ইয়ালৈ অহা বিদেশী লােকৰ কোৱাৰেণ্টন বাধ্যতামূলক। ব্যৱসায়ৰ বাবে যােৱা লােকৰো পর্যটকে এই কঠোৰ নিয়ম মানি চলে।

No comments