আজিৰ ৰাশিফল ২৬ কাতি, শনিবাৰ; ১৩ নৱেম্বৰ

 আজিৰ ৰাশিফল ২৬ কাতি, শনিবাৰ; ১৩ নৱেম্বৰ



মেষ :- নিজৰ বিচাৰ বুদ্ধিত গুৰুত্ব দিয়ক। আনৰ প্রিয়ভাজন হ’ব পাৰিব। শুভ ৰং মাখন। পূবে ভ্রমণ নকৰিব। স্নায়বিক দুর্বলতা বৃদ্ধি।  খৰচ। শুভ সংখ্যা চাৰি।


বৃষ :- ক্ষমতাক লৈ টনা-আজোৰা। ভাই-ভতিজাৰ লগত কাজিয়া হ'ব পাৰে। শুভ ৰং মুগা। ৰক্তচাপ বৃদ্ধি। লেখক-সাংবাদিক সুনাম। সমস্যা বৃদ্ধি। শুভ সংখ্যা দুই।


 মিথুন :- সততাত আনে আঘাত কৰিব পাৰে। পশ্চিমে ভ্ৰমণত লাভৱান হ'ব। শুভ ৰং কমলা। শনি মন্দিৰ দৰ্শন কৰক। দৰিদ্ৰক ভােজন কৰাওক। দ্রব্য লাভ। শুভ সংখ্যা ছয়।


কর্কট  ঃসৎ লােকৰ নীতি-আদর্শ গ্রহণ কৰি সুখী হ’ব। পিতৃ-মাতৃ  আপােনাক লৈ গর্বিত। শুভ ৰং সােণালী। ইন্ধন, চাহপাত, বস্ত্র ব্যৱসায়ত উন্নতি। শুভ সংখ্যা পাঁচ।


সিংহঃ উৎপাদনমুখী চিন্তা। কর্মত সফলতা। শুভ ৰং আকাশী নীলা। কাকো মিছা প্রতিশ্রুতি নিদিব। ভ্রাম্যভাষত মানহানি হ’ব পাৰে। লােভ কমাওক। শুভ সংখ্যা চাৰি।


কন্যা:- কার্যসিদ্ধি যােগ। শাৰীৰিক প্রতিকুলতা থাকিব। শুভ ৰং সােণালী। দুষ্ট লােকে বিপথে নিব পাৰে। গুৰু চিন্তা নকৰিব। সম্পদ লাভ। শুভ সংখ্যা দুই।


তুলা  ঃকর্মক্ষেত্ৰত জনপ্রিয়তা বাঢ়িব। সমস্যা সমাধানত গুৰু সহায়।শুভ ৰং মুগা। মাদক দ্রব্য সেৱন নকৰিব। তীর্থযাত্রা। জমা ধন খৰচ। শুভ সংখ্যা চাৰি।


বৃশ্চিকঃ মনােৰঞ্জনত ব্যস্ত। আনৰ উপকাৰ অস্বীকাৰ নকৰিব মহাপাপ হ'ব। শুভ ৰং সােণালী। পুবে ভ্রমণ নকৰিব। সন্তানৰ শুভ। | অর্থ লাভ। শুভ সংখ্যা ছয়।


ধনু :- শুদ্ধ ৰীতি-নীতি মানি চলিলে সফল হ'ব। জ্ঞান অর্জনৰ সুযােগ। শুভ ৰং গােলাপী। সকলাে সময়তে সােণ পিন্ধক।সম্পদ বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা পাঁচ।


মকৰঃ কর্মতৎপৰতা বৃদ্ধি পাব। চিত্রকলা, আইন, মৃৎ শিল্প আদিত সুখ্যাতি বৃদ্ধি। শুভ ৰং আকাশী নীলা। শৈশৱৰ স্মৃতি ৰােমন্থন। কার্যসিদ্ধি। অর্থ লাভ। শুভ সংখ্যা আঠ।


কুম্ভ  ঃকোনাে কাৰণতে আনৰ সুনাম নষ্ট নকৰিব। বিবাদত লিপ্ত নহ'ব। শুভ ৰং বেঙুনীয়া। পূৰে দূৰ ভ্ৰমণ নকৰিব। জুইৰপৰা ক্ষতি। বাহনত ভয়। শুভ সংখ্যা ছয়।


মীন :-মানসিক উৎকর্ষ সাধন। সততাক আনে আঘাত কৰিব পাৰে | শুভ ৰং মুগা। যৌন ৰােগ, অনিদ্রাত ভুগিব পাৰে। খং কমিব। আনৰ হেঁচা পাব। শুভ সংখ্যা দুই।


No comments