আজিৰ ৰাশিফল ২ আঘােণ, শুকুৰবাৰ।। ১৯ নৱেম্বৰ
আজিৰ ৰাশিফল ২ আঘােণ, শুকুৰবাৰ।। ১৯ নৱেম্বৰ
মেষ :- নতুন সমস্যাৰ মুখামুখি হ’ব পাৰে। জিৰণিৰ প্রয়ােজন হ'ব। শুভ ৰং মুগা। মাটি-সম্পত্তি বিক্ৰীৰ বােগ। বিসম্বাদ নকৰিব। অর্থনাশ। শুভ সংখ্যা আঠ।
বৃষ: কঠোৰ পৰিশ্ৰমৰ মর্যাদা পাৰ। দুর্ঘটনাৰ আশংকা প্রবল।শুভ ৰং মেৰুণ। বদহজম, স্নায়ুজনিত ৰােগত কষ্ট পাব পাৰে।আর্থিক উন্নতি। দ্রব্য লাভ। শুভ সংখ্যা দুই।
মিথুন :-উপার্জনৰ তুলনাত খৰচ বৃদ্ধি। জিৰণিৰ আৱশ্যক। শুভ ৰং গােলাপী। শুভ সংবাদ পাব পাৰে। মাংগলিক তৎপৰতা। দুশ্চিন্তা কমিব। দ্রব্য লাভ। শুভ সংখ্যা ছয়।
কর্কটঃ ব্যস্ততাৰে দিনটো পাৰ হ’ব। বিদ্যার্থী একাগ্রতা বৃদ্ধি।শুভ ৰং আকাশী নীলা। শত্ৰুৰ প্ৰৰােচনা বুজা টান হ’ব। ভ্ৰমণৰ প্রস্তুতি। সা-সম্পত্তি লাভ। শুভ সংখ্যা চাৰি।
সিংহঃৰবি গ্ৰহৰ প্ৰভাৱত শুভ ফল পাব। আনৰ হিত সাধি ভাল পাব। শুভ ৰং মুগা। অবাঞ্ছিত খৰচ হ’ব পাৰে। বন্য প্রাণীৰ পৰা সাৱধান। শক্র কমিব। শুভ সংখ্যা দুই।
কন্যা :- সামাজিক দিশত সমাদৰ পাব। বুদ্ধি-চাতুর্যৰ বলত সমস্যা সমাধান। শুভ ৰং ৰঙা। ব্যৱসায়ত উন্নতি। বি-বেদনাত ভুগিব পাৰে। শত্রু নাশ। শুভ সংখ্যা পাঁচ।
তুলাঃ পাৰিবাৰিকত বুজাবুজি ৰাখক। ধার্মিক দিশত তৎপৰতা।শুভ ৰং মাখন। ভ্রাম্যভাষত মানহানি হ'ব পাৰে। নলগা জেত নালাগিব। অর্থনাশ। শুভ সংখ্যা আঠ।
বৃশ্চিক : মঙলৰ প্ৰভাৱত শুভাশুভ ফল লাভ। জিৰণি লওক।শুভ ৰং গােলাপী। ঘৰুৱা পৰিৱেশ উন্নত। দুশ্চিন্তা কমিব। সন্তানৰ শুভ। শত্রু নাশ। শুভ সংখ্যা দুই।
ধনু ঃঘৰুৱা পৰিৱেশ আন দিনাতকৈ উন্নত। কাকো বােজা গণ্য নকৰিব। শুভ ৰং মুগা। দৃঢ়তা বাঢ়িব। প্রকৃতিপ্রেমীৰ সুখ্যাতি। |সন্তানৰ শুভ। ভ্রমণ। শুভ সংখ্যা ছয়।
মকৰঃশনি গ্ৰহৰ প্ৰভাৱত কার্যসিদ্ধি। মাংগলিক তৎপৰতা। শুভ ৰং গােলাপী। গােপন শত্রু মষিমূৰ হ’ব। কলা কৃষ্টিত ৰাপ বৃদ্ধি। সন্তানৰ শুভ। শুভ সংখ্যা চাৰি।
কুম্ভ ঃবুদ্ধি-চাতুর্যৰ বলত সমস্যা সমাধান। সামাজিক কামত প্রশংসা পাব। শুভ ৰং ৰঙা। সম্পত্তি কিনা-বেচাত লাভবান হ'ব। ৰােগ কমিব। বিবাহৰ যােগ। শুভ সংখ্যা আঠ।
মীনঃ শুভ কাৰক গ্রহ বৃহস্পতিৰ পৰা সুফল পাব। দক্ষতা আৰু দৃঢ়তা বৃদ্ধি পাব। শুভ ৰং কমলা। নলগা জেঙত নালাগিব। বিদ্যাত একাগ্রতা বৃদ্ধি। খং কমিব। শুভ সংখ্যা পাঁচ।
Post a Comment