আজিৰ ৰাশিফল ৩ আঘােণ, শনিবাৰ।। ২০ নৱেম্বৰ

 আজিৰ ৰাশিফল ৩ আঘােণ, শনিবাৰ।। ২০ নৱেম্বৰ



মেষ :-মঙল গ্ৰহৰ প্ৰভাৱত সুসংবাদ পাব। ৰাজহুৱা ব্যস্ততা। শুভ ৰং মাখন। পূবে দূৰ ভ্ৰমণ নকৰিব। সাহস বৃদ্ধি পাব। দালালৰ মানহানি। শুভ সংখ্যা পাঁচ।


বৃষ  ঃবল, বুদ্ধি-চাতুর্যৰ ফলত সমস্যা সমাধান। শত্ৰুৰ প্ৰৰােচনা ব্যর্থ। শুভ ৰং ৰঙা। ব্যৱসায়ত উন্নতিৰ যােগ। উগ্র সাহস নেদেখুৱাব। সন্তানক লৈ চিন্তা। শুভ সংখ্যা ছয়।


 মিথুন :- শুভ কাৰক গ্রহ বুধপৰা উপকৃত হ'ব। দুৰ্ভাৱনা আঁতৰিব। শুভ ৰং কমলা। যিকোনাে কথাত সমর্থন নজনাব।প্রতিৱেশীৰপৰা কষ্ট পাব। ভ্রমণ। শুভ সংখ্যা আঠ।


কর্কটঃ সৎ সাহস বৃদ্ধি পাব। আনৰ সমালােচনাত গুৰুত্ব নিদিব। শুভ ৰং মাখন। শনি মন্দিৰ দৰ্শন কৰক। কলা কুকুৰ, কাউৰীক খাদ্য খুৱাওক। শুভ সংখ্যা ছয়।


সিংহঃ আপােনাৰ উন্নতিত আনৰ প্ৰভাৱ পৰিব। আনৰ বাবে সময়ৰ অপচয়। শুভ ৰং গােলাপী। শিল্পী-সাহিত্যিক সুখ্যাতি বৃদ্ধি। দালালৰ কষ্ট বৃদ্ধি। শুভ সংখ্যা চাৰি।


কন্যা  ঃকর্মত একাগ্রতা বৃদ্ধি। দুষ্ট লােকৰ প্ৰৰােচনা বুজা টান হ'ব। শুভ ৰং সােণালী। অবাঞ্ছিত খৰচ। দুর্ঘটনাৰ আশংকা। শনি মন্দিৰ দৰ্শন কৰক। শুভ সংখ্যা আঠ।


তুলা  ঃপাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। প্রবাসত থকা সন্তানৰপৰা সুসংবাদ পাব। শুভ ৰং গােলাপী। বস্ত্র লাভৰ যােগ। বিবাহৰ সংযােগ। ব্যয়। শুভ সংখ্যা দুই।


বৃশ্চিক :- মনৰ দৃঢ়তাই সফলতা আনিব। প্রতিৱেশীৰ লগত সংঘাত হ'ব। শুভ ৰং আকাশী নীলা। সন্তানৰ কৃতিত্ব। অবাঞ্ছিত খৰচ। আলহীৰ আগমন। শুভ সংখ্যা ছয়।


ধনুঃ কথা-বতৰাত ভদ্রতা থাকিব। লেখক-লেখিকাৰ সুখ্যাতি বৃদ্ধি পাব। শুভ ৰং নীলা। সাহস বাঢ়িব। প্রতিৱেশীৰ ওপৰত নজৰ ৰাখক। বস্ত্র লাভ। ভ্রমণ। শুভ সংখ্যা চাৰি।


মকৰ : আনৰ সমাদৰ পাব। ব্যস্ততা বৃদ্ধি পাব। শুভ ৰং আকাশী নীলা। প্ৰদূষণে কষ্ট দিব পাৰে। ঘৰুৱা পৰিৱেশ উন্নত। সন্তানৰ কৃতিত্ব লাভ। ভ্রমণ। শুভ সংখ্যা ছয়।


কুম্ভ: হুমূৰকৈ কোনাে কাম নকৰিব। বিষ-বেদনাত ভুগিব পাৰে। শুভ ৰং মাখন। আনে ভুল বুজিব পাৰে। সততা ৰক্ষা পৰিব। সন্তানৰ শুভ। ব্যয়। শুভ সংখ্যা দুই।


মীন : পাৰিবাৰিক জীৱন সুখৰেই। বন্যপ্রাণীয়ে ক্ষতি কৰিব পাৰে। শুভ ৰং মুগা। সৎ সাহস মজুত থাকিব। আলহীৰ আগমন সন্তানৰ শুভ। ভ্রমণ। শুভ সংখ্যা ছয়।


No comments