আজিৰ ৰাশিফল ৭ আঘােণ, বুধবাৰ। ২৪ নৱেম্বৰ

 আজিৰ ৰাশিফল ৭ আঘােণ, বুধবাৰ। ২৪ নৱেম্বৰ



মেষ  ঃসৎ চিন্তাত ব্ৰতী থাকিলে সুফল পাব। আনক হিংসা নকৰিব। শুভ ৰং হালধীয়া। সিদ্ধি বিনায়কক স্মৰণ কৰক।চর্মৰােগ, দাঁতৰ ৰােগত ভুগিব পাৰে। শুভ সংখ্যা দুই।


 বৃষ ▶️ যােগাযােগত সুফল পাব। খঙেৰে আনক বশ কৰিব নােৱাৰিব। শুভ ৰং কমলা। ব্যক্তিত্ব অক্ষুন্ন থাকিব। অস্থিৰতা দূৰ হ'ব। আলহীৰ আগমন। বস্ত্র লাভ। শুভ সংখ্যা ছয়।


 মিথুন  ঃভাবি-গুণি কামত অগ্ৰসৰ হওক। নিজৰ ভুলত মানহানি  হ'ব পাৰে। শুভ ৰং মুগা। গজানন পূজা কৰক। ঘােষকৰ সুখ্যাতি। বিদ্যাত আনন্দ। ভ্রমণ। শুভ সংখ্যা পাঁচ।


কর্কটঃ নানা সমস্যাৰ মাজতাে আশাৰ ৰেঙণি। শৈশৱৰ স্মৃতি ৰােমন্থন কৰি সুখ অনুভৱ। শুভ ৰং সােণালী। খং কমিব। বিবাহ সংযােগ। অর্থ লাভ। শুভ সংখ্যা ছয়।


সিংহঃ কর্মস্থানত উন্নত পৰিৱেশ। সামাজিক দায়বদ্ধতাৰ প্ৰতি শ্রদ্ধা থাকিব। শুভ ৰং বেঙুনীয়া। মাটি-বাৰী সম্পর্কীয় উন্নতি।বিদেশ ভ্রমণৰ যােগ। খৰচ। শুভ সংখ্যা চাৰি।


কন্যা ▶️ কর্মদক্ষতা বৃদ্ধি। মনৰ দৃঢ়তাই সফলতা আনিব। শুভ ৰং আকাশী নীলা। নতুন আৱাসৰ প্রতি আগ্রহ। যানবাহন লাভৰ যােগ। দাম্পত্যত বুজাবুজি ৰাখক। শুভ সংখ্যা ছয়।


তুলা  ঃআনৰ আস্থা লাভ কৰিব। শিপিনী, চিত্ৰকৰ, বাঢ়ৈ আদিৰসুখ্যাতি বৃদ্ধি। শুভ ৰং কমলা। হতাশা আঁতৰিব। দুর্যোগ আঁতৰিব। বন্ধুৰ আগমন। শুভ সংখ্যা আঠ।


বৃশ্চিক : কর্মপ্রসাৰ বৃদ্ধি। গজাননক স্মৰণ কৰক। শুভ ৰং হালধীয়া। সময়ৰ অপচয় ৰােধ কৰক। সাহিত্য-সংস্কৃতিৰ প্রতি আগ্রহ। ব্যৱসায়ত উন্নতি। ভ্রমণ। শুভ সংখ্যা দুই।


ধনুঃ বৌদ্ধিক দিশত খ্যাতি। আনৰপৰা আমনি পাব। শুভ ৰং গােলাপী। উৎকণ্ঠা নল'ব। মাটি-বাৰী, ধন-সম্পত্তিৰ প্রতি লালসা। শত্ৰু কমিব। শুভ সংখ্যা হয়।


মকৰঃ স্বকীয় চিন্তা উৰ্দ্ধত থাকিব। দুষ্ট লােকে প্রতিশােধ ল'ব পাৰে। শুভ ৰং মেৰুণ। গণেশ বাবাক স্মৰণ কৰক। দাম্পত্যত চিন্তা। ভাতৃৰ উন্নতি। ভ্রমণ। শুভ সংখ্যা আঠ।


কুম্ভ  ঃধৈর্য নেহেৰুৱাব। কর্মত সফলতা প্রাপ্তি। শুভ ৰং মুগা।আনে প্রতিশােধ ল'ব পাৰে। আশাবাদী মন। বিদেশ ভ্রমণৰ যােগ।সংযম ৰক্ষা পৰিব। শুভ সংখ্যা দুই।


 মীনঃ আনৰ কথাক লৈ মূৰ নঘমাব। মৰসাহ নকৰিব। শুভ ৰং সােণালী। সকলাে সময়তে গুৰু আপােনাৰ পক্ষত। দেহ দুর্বল।ব্যৱসায়ত উন্নতি। ভ্রমণ। শুভ সংখ্যা ছয়।


No comments