আজিৰ ৰাশিফল ৬ আঘােণ, মঙলবাৰ।। ২৩ নৱেম্বৰ
আজিৰ ৰাশিফল ৬ আঘােণ, মঙলবাৰ।। ২৩ নৱেম্বৰ
মেষঃ পূর্বৰ অৱস্থাৰ পৰিৱৰ্তন। আয়ৰ পথ মুকলি। শুভ ৰং কমলা। কামত ফাকি দিয়া পৰিলক্ষিত হ’ব। আনক সমালােচনা নকৰিব। মাতৃৰ শুভ। শুভ সংখ্যা পাঁচ।
বৃষ :কর্মত সাফল্য লাভ। মনােবল বৃদ্ধি। শুভ ৰং মেৰুণ।ভ্ৰমণত সুখ। পাৰিবাৰিকত অশান্তি যাতে নহয়, লক্ষ্য ৰাখক।পেট, মূৰৰ বিষ হ'ব পাৰে। ব্যয়। শুভ সংখ্যা চাৰি।
মিথুন ঃকথা-বতৰা, ভাষণত প্রত্যয় থাকিব। যি কৰে লাহে-ধীৰে কৰক। শুভ ৰং কমলা। বাদ-প্রতিবাদ এৰাই চলক। মামলাত মন নেমেলিব। শৰীৰ উন্নত। শুভ সংখ্যা দুই।
কর্কট :কর্মত পৰিৱৰ্তনৰ যােগ। আনৰ সমাদৰ পাব। শুভ ৰং গােলাপী। বগলা পূজা কৰক। সামাজিক দায়বদ্ধতাৰ প্রতি শ্রদ্ধা থাকিব। দাম্পত্যত সুখ। শুভ সংখ্যা আঠ।
সিংহঃ যুক্তিপূর্ণ তথ্য দাঙি ধৰিব পাৰিব। ৰাজনীতিকে বিসম্বাদ নকৰাই ভাল। শুভ ৰং আকাশী নীলা। হনুমান চালিচা পাঠ কৰক। অর্থ নাশ। অস্ত্ৰভয়। ভ্রমণ। শুভ সংখ্যা ছয়।
কন্যা ঃবাদ-বিসম্বাদ এৰাই চলক। স্থান পৰিৱৰ্তনৰ যােগ। শুভ ৰং গােলাপী। সৎ লােকৰ সান্নিধ্য পাব। মামলা এৰাই চলক। কাৰিকৰী বিষয়ত আস্থা। শুভ সংখ্যা চাৰি।
তুলা ;কর্মতৎপৰতা বৃদ্ধি। দাম্পত্যত মনােযােগ দিয়ক। শুভ ৰংৰূপালী। খঙেৰে কোনাে কাম সিদ্ধি কৰিব নােৱাৰিব। অলংকাৰ সযতনে ৰাখক। দ্রব্য লাভ। শুভ সংখ্যা পাঁচ।
বৃশ্চিক :কর্মক্ষেত্ৰত বেমেজালি থাকিব। মনৰ স্থিৰতা অটুট।ৰাখক। শুভ ৰং কমলা। হনুমান চালিচা পাঠ কৰক। দুর্ঘটনাৰ শংকা। মাতৃৰ শুভ। ভ্রমণ। শুভ সংখ্যা আঠ।
ধনু :সামাজিক দিশত ধাউতি বাঢ়িব। কৃষকৰ যােগাত্মক চিন্তা। শুভ ৰং হালধীয়া। নৃত্য, চিত্রশিল্পত সুখ্যাতি বৃদ্ধি। আনক হিংসা নকৰিব। বিয়াৰ যােগ। শুভ সংখ্যা দুই।
মকৰ :মনৰ ওপৰত চাপ বৃদ্ধি পাৰ। কঠোৰ পৰিশ্ৰমৰ মর্যাদা নাপাব। শুভ ৰং আকাশী নীলা। মামলাত মন নেমেলিব। খং নকৰিব। শত্ৰু কমিব। শুভ সংখ্যা চাৰি।
কুম্ভ :উন্নত মন। আনৰ সমাদৰ পাব। শুভ ৰং ৰঙা। লগুৱাই সুবিধা ল’ব পাৰে। ৰাজনীতিত তৎপৰতা বৃদ্ধি। ৰক্তচাপ বৃদ্ধি পাব। মাটি-বাৰী লাভ। শুভ সংখ্যা আঠ।
মীনঃ হতাশা-ক্ষোভ আঁতৰিব। আনৰ উন্নতিত ঈর্ষা নকৰিব।শুভ ৰং কমলা। মামলা এৰাই চলক। সমস্যা সমাধান। যানবাহনত সাৱধান। ব্যয়। শুভ সংখ্যা দুই।
Post a Comment