আজিৰ ৰাশিফল ৪ আঘােণ, দেওবাৰ; ২১ নৱেম্বৰ

 


আজিৰ ৰাশিফল ৪ আঘােণ, দেওবাৰ; ২১ নৱেম্বৰ



মেষ  ঃকর্মত সহিষ্ণুতা, উদাৰতা থাকিব। ধনৰ চিন্তা বৃদ্ধি পাব। শুভ ৰং কমলা। আলহীৰ সমাগম। প্রতিৱেশীক লৈ অতিষ্ঠ হ’ব। মাতৃৰ শুভ। শুভ সংখ্যা চাৰি।


বৃষ :কর্মক্ষেত্ৰত দক্ষতা, জনহিতকাৰী চিন্তা, উদাৰতা প্রদর্শন।কোনাে লােকে আমনি কৰিব পাৰে। শুভ ৰং ৰঙা। ঘৰৰ চৌহদত তুলসী পানী ছটিয়াওক। খৰচ। শুভ সংখ্যা দুই।


মিথুন  ঃবহু কষ্টৰদ্বাৰা মনৰ আশা পূৰণ হ'ব। পৰচৰ্চাত ব্যস্তনাথাকি। শুভ ৰং মেৰুণ। ভৰিত আইনা, গজালে বিন্ধিব পাৰে। বিবাহৰ সংযােগ। ভ্রমণ। শুভ সংখ্যা ছয়।


কর্কটঃ নিজক লৈ গৌৰৱবােধ। ধন বিনিয়ােগত সতর্ক থাকক।শুভ ৰং কমলা। মাদক দ্রব্য বর্জনীয়। গৃহ শত্রু পদানত হ'ব।বিদ্যাত সুখ। ভ্রমণ। শুভ সংখ্যা পাঁচ।


সিংহঃ ৰাজহুৱা দিশত নেতৃত্ব দিব পাৰিব। দুজনীয়া বাহনত সাৱধান। শুভ ৰং আকাশী নীলা। আলহীৰ আগমন।প্রতিবেশীৰপৰা কষ্ট পাব। খৰচ। শুভ সংখ্যা আঠ।


কন্যা  ঃআনৰ ঈর্ষাৰ পাত্ৰ হ’ব। প্রদূষণে কষ্ট দিব। শুভ ৰং গোলাপী ।সুখ্যাতি বৃদ্ধি। খৰচ। শুভ সংখ্যা চাৰি।


তুলা :কার্যসিদ্ধিত গুৰু প্ৰভাৱ। সৎ লােকৰ সান্নিধ্য পাব। শুভ ৰং মেৰুণ। পর্যটনৰ প্রতি গুৰুত্ব বাঢ়িব। পচর্চা নকৰিব। খাদ্যৰপ্রতি দুর্বলতা। শুভ সংখ্যা দুই।


বৃশ্চিকঃ নিজকে শুদ্ধ বুলি নধৰিব। বিবাহৰ সংযােগ। শুভ ৰংআকাশী নীলা। দুশ্চিন্তা মনলৈ আহিব। ভাতৃৰ উন্নতি। শিল্পীলেখকৰ সুখ্যাতি। শুভ সংখ্যা ছয়।


ধনু : আনৰ প্রতি দায়বদ্ধতা বৃদ্ধি পাব। মালিক-ভাৰতীয়াৰ খণ্ডযুদ্ধ হ'ব পাৰে। গ্রহ পূজা কৰক। ভঙা আসনত নবহিব।প্রতিযােগিতাত জয়লাভ। শুভ সংখ্যা চাৰি।


মকৰ: সৎ নীতি-নিয়ম মানি চলক। আৱেগ পৰিহাৰ কৰক।শুভ ৰং মুগা। খৰচান্ত হ'ব। সংযমী হওক। চিত্ৰকৰ, বিজ্ঞানী,জ্যোতিষীৰ সুখ্যাতি। শত্র কমিব। শুভ সংখ্যা পাঁচ।


কুম্ভ  ঃসুনাম লাভৰ কাৰকতা। স্নায়ুজনিত ৰােগত কষ্ট পাব পাৰে। শুভ ৰং কমলা। মৎস্য ব্যৱসায়ত উন্নতি। দালালৰ কষ্ট।স্মৃতি ৰােমন্থন। ভ্রমণ। শুভ সংখ্যা আঠ।


 মীনঃ আনে নীৰৱতা ভংগ কৰিব পাৰে। আপােনাৰ সম্পত্তি আনে দখল কৰিব পাৰে। শুভ ৰং নীলা। যৌন ৰােগত ভুগিব পাৰে। মদ-ভাং নাখাব। শুভ সংখ্যা দুই।


No comments