আজিৰ ৰাশিফল ১ আঘােণ, বৃহস্পতিবাৰ।। ১৮ নৱেম্বৰ
আজিৰ ৰাশিফল ১ আঘােণ, বৃহস্পতিবাৰ।। ১৮ নৱেম্বৰ
মেষ :- নতুন কামৰ সুযােগ মিলিব। শংকা আঁতৰিব। শুভ ৰং বগা। নিৰামিষ খাওক। আকস্মিক বিপদ আঁতৰিব। গুৰুক স্মৰণ কৰক। অর্থ নাশ। শত্ৰু কমিব। শুভ সংখ্যা দুই।
বৃষ:- স্বাধীন মনােভাব। পাৰিবাৰিক সমস্যা সমাধান। শুভ ৰং আকাশী নীলা। লেনদেনত সাৱধান। বদহজম হ'ব পাৰে। খাদ্যত সতর্ক থাকক। ভ্রমণ। শুভ সংখ্যা ছয়।
মিথুনঃ মাংগলিক তৎপৰতা বৃদ্ধি। নিৰামিষ খাওক সুফল পাব। শুভ ৰং মাখন। পিছবেলা দূৰৈৰ ভ্ৰমণ নকৰিব। জখলাত নুঠিব। প্রেমত শুভ। কষ্ট বৃদ্ধি। শুভ সংখ্যা পাঁচ।
কর্কট: আইনগত দিত সুফল পাব। অন্যমনস্ক হৈ কামন কৰিব। শুভ ৰং বগা। সামাজিক স্থিতি উন্নত। আৱেগ বর্জন কৰক। প্ৰেমত শুভ। শুভ সংখ্যা আঠ।
সিংহঃ সামাজিক স্থিতি উন্নত। পানীৰপৰা ভয়। শুভ ৰং মুগা।আনক হিংসা নকৰিব। কীট-পতংগই আক্রমণ কৰিব পাৰে।অনিদ্রা, জৰ হ'ব পাৰে। শুভ সংখ্যা ছয়।
কন্যা ঃকর্মোন্নতি। শত্ৰৰ দুৰ্বলতাৰ সুযােগ ল'ব পাৰিব। শুভ ৰং মাখন। এশ আঠবাৰ শ্ৰীবিষুক জপ কৰক। মাটিবাৰী লাভ।মামলাত জয়। শুভ সংখ্যা চাৰি।
তুলা :- ব্যস্ততা বৃদ্ধি। ধর্মীয়, সামাজিক দিশত তৎপৰতা বৃদ্ধি।শুভ ৰং ৰূপালী। নিৰামিষ খাদ্য খাওক। শুভ কাম পুৱাবেলা সম্পন্ন কৰক। ভ্রমণ। শুভ সংখ্যা দুই।
বৃশ্চিক :-ভাৰসাম্য ৰক্ষাত গুৰুত্ব দিয়ক। সংযমী হওক। শুভ ৰং মুগা। দুষ্ট লােকে আপােনাৰ বদনাম কৰিব। উপার্জন বৃদ্ধি।মাটিবাৰী লাভ। ভ্রমণ। শুভ সংখ্যা পাঁচ।
ধনুঃ কর্মত দায়িত্ব বৃদ্ধি। পাৰিবাৰিক অশান্তি দূৰ হ’ব। শুভ ৰং মাখন। ৰেল, বাছ যাত্ৰাত সতর্ক থাকক। গৱেষকে নথি লাভ কৰিব। শৰীৰ উন্নত। শুভ সংখ্যা ছয়।
মকৰঃ কর্মত উৎসাহ, উদ্দীপনা থাকিব। শত্রু-মিত্র চিনা টান পাব। শুভ ৰং বগা। জৰুৰী কাম পুৱাবেলা কৰক। কাকো অশান্তি নিদিব। টোপনি ক্ষতি। শুভ সংখ্যা দুই।
কুম্ভ ঃআশা পূৰণত গুৰু সহায়। পাহাৰীয়া পথত সাৱধান। শুভ ৰং মাখন। নিৰামিষ খাওক। কম্পিউটাৰত যুক্তসকলৰ সুখ্যাতি। মাতৃৰ শুভ। শুভ সংখ্যা পাঁচ।
মীনঃ উপার্জন বৃদ্ধি। বান্দৰ, কুকুৰৰ উপদ্ৰৱ বৃদ্ধি পাব। শুভ ৰং সােণালী। দুষ্টলােকে আত্মসন্মানত আঘাত কৰিব পাৰে। মদ, ভাং নাখাব। মাতৃৰ শুভ। শুভ সংখ্যা ছয়।
সূর্যোদয় ঘঃ ৫-৪৭-৫৯, সূর্যাস্ত ঘঃ ৪-৩০-৩২। তিথি— শুক্লা চতুর্দশী, দং ১৪-৬-১৯ ঘঃ ১১-৩৬-৩১। নক্ষত্র— ভৰনী, দং ৪৯-২৫-১৫ ৰাঘ ১-৩৪-৫। জন্ম— মেশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, মনুষ্যগণ, হাতীৰ অস্থি, মাহেন্দ্রযােগ, অ আৰু বিং শুক্র দশা, ৰাঘ ১-৩৪-৫ যােৱাত দেৱাৰিগণ, মেঘৰ অস্থি, অ আৰু বিং ৰবিৰ দশা। ভক্ষাভক্ষ্য— মাটিমাহ, মাছ-মাংস,তেল খােৱা আৰু প্রায়শ্চিত্ত নিষেধ। পূর্ণিমাৰ নিশিপালন। বৈকুণ্ঠ চতুর্দশী। শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসযাত্রা। (গণনা মতে)
Post a Comment