আজিৰ ৰাশিফল ৫ আঘােণ, সােমবাৰ।। ২২ নৱেম্বৰ

 আজিৰ ৰাশিফল ৫ আঘােণ, সােমবাৰ।। ২২ নৱেম্বৰ



মেষ :প্রতিবাদী চিন্তা মনলৈ আহিব। আত্ম অহংকাৰ বৃদ্ধি পাব। শুভ ৰং বগা। জ্ঞান অর্জনৰ সুযােগ পাব। শৈশৱৰ স্মৃতি মনলৈ আহিব। বন্ধুৰ আগমন। শুভ সংখ্যা ছয়।


বৃষ :-আত্মসন্তুষ্টি লাভ কৰাত কষ্ট পাব। উৎপাদনমুখী চিন্তা ব্রতী। শুভ ৰং মাখন। আনৰ অহিত চিন্তা নকৰিব। দালালৰ মানহানি। শত্র বৃদ্ধি। ব্যয়। শুভ সংখ্যা পাঁচ।


মিথুন :নীতি-নিষ্ঠাৰে কামত অগ্ৰসৰ হ’ব পাৰিব। সম্পদ লাভ।শুভ ৰং সােণালী। কঁকাল, পিঠি, বুকুত বিষ হ'ব পাৰে। চঞ্চলতা কমাওক। শত্ৰ কবি। শুভ সংখ্যা আঠ।


কর্কটঃ কর্ম সচেতনতা বৃদ্ধি পাব। জখলা, গছ আদিত নুঠিব। শুভ। ৰং বগা। দূৰ ভ্ৰমণত সতর্ক থাকক। আলহীৰপৰা আমনি পাব। দ্রব্য লাভ। ব্যয়। শুভ সংখ্যা দুই।


সিংহঃ স্বাধীন চিন্তাই ক্রিয়া কৰিব। উজুটি খাব পাৰে। শুভ ৰং মুগা। সাংবাদিক, লেখক, শিল্পীৰ দক্ষতা বৃদ্ধি। সম্পদ লাভ। উগ্র সাহস নেদেখুৱাৰ। শুভ সংখ্যা পাঁচ।


কন্যা :- সচেতনতা বৃদ্ধি পাব। কৃষকৰ যােগাত্মক চিন্তা। শুভ ৰং বগা। দৰিদ্ৰ লােকক বগা বস্ত্র দান কৰক। জমা ধন খৰচ হ'ব পাৰে। দালালৰ কষ্ট বৃদ্ধি। শুভ সংখ্যা ছয়।


তুলা  ঃগুৰুৰ নীতি-আদর্শত ব্ৰতী থাকি সুখী। ঔষধ, বস্ত্র, পাচলি।ব্যৱসায়ত উন্নতি। শুভ ৰং মুগা। চকুৰ আমনি পাব পাৰে। পানীৰ পৰা ভয়। সন্তানৰ শুভ। শত্রুনাশ। শুভ সংখ্যা আঠ।


বৃশ্চিক : অহমিকা ভাব মনলৈ আহিব। সাংবাদিকৰ দক্ষতা বৃদ্ধি পাব। শুভ ৰং বগা। গােপন তথ্য লাভ কৰিব। অভিনয় দক্ষতা বৃদ্ধি। নাৱত নুঠিব। ভ্রমণ। শুভ সংখ্যা চাৰি।


ধনুঃ উদাসীনতা বৃদ্ধি পাব। পৰ্চৰ্চাত লিপ্ত নাথাকিব। শুভ ৰং মাখন। শিৱ মন্দিৰ দৰ্শন কৰক। গণিতজ্ঞ, বিজ্ঞানীৰ সুখ্যাতি বৃদ্ধি। হতাশা আঁতৰিব। শুভ সংখ্যা ছয়।


মকৰঃ মান-অভিমান এৰাই চলক। গ্ৰহৰ প্ৰভাৱত কার্যসিদ্ধি।শুভ ৰং সােণালী। বন্ধুৰ সংখ্যা বৃদ্ধি পাব। অহমিকা ভাবে ক্ষতি কৰিব। অনিদ্রাত ভুগিব। শুভ সংখ্যা আঠ।


কুম্ভ  ঃঅধ্যয়নত মনােনিৱেশ কৰক। ঔষধৰ ব্যৱসায়ত উন্নতি। শুভ ৰং মাখন। অতি ভােজনে বিপদত পেলাব। গছত নুঠিব। প্রতিযােগী মনােভাব। ভ্রমণ। শুভ সংখ্যা দুই।


মীনঃ আত্ম অহংকাৰ বৃদ্ধি পাব। জমা ধন খৰচ হ'ব পাৰে। শুভ ৰং মুগা। সম্পত্তিৰ প্রতি লালসা বৃদ্ধি। বিবাহৰ সংযােগ। শিৱ মন্দিৰ দৰ্শন কৰক। প্রমণ। শুভ সংখ্যা ছয়।


No comments